শোণিতপুৰৰ বালিপৰাৰ হাড়চূড়াত চাহ বাগিছাত মে দিৱসৰ লগত সংগতি ৰাখি চাহ গছ সম্বৰ্ধনা বিষয়ক এক ব্যতিক্ৰমী সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয়। গুডৰিক গ্ৰুপ লিমিটেড হাড়চূড়া চাহ বাগিছাৰ উদ্যোগত অনুষ্ঠিত সজাগতামূলক চঅনুষ্ঠানটোত চাহ গছৰ গুৰুত্ব, চাহ গছ ৰোপণ আৰু প্ৰতিপালন, চাহ গছ সংৰক্ষণ আদি বিষয়ৰ ওপৰত আলোচনা কৰা হয় । একেদৰে অনুষ্ঠানৰ লগত সংগতি ৰাখি One cup with positivity – TEA with everybody শীৰ্ষক এক চাহ মেলত চাহ শ্ৰমিকৰ সৈতেও মত বিনিময় কৰা হয় । অনুষ্ঠানটোত এবিটা য’ন ৩ ৰ সম্পাদক মৃন্ময় বৰুৱা, সহকাৰী সম্পাদক আদিত্য চক্ৰৱৰ্তী, এ চি এম এছৰ তেজপুৰ শাখাৰ সম্পাদককে আদি কৰি চাহ বাগিছাখনৰ বিভিন্ন বিষয়াবৰ্গ, চাহ শ্ৰমিকসকল উপস্থিত থাকে।
Trending
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন