অহা ১ মাৰ্চত ৰাজ্য সভাৰ খালী হৈ থকা এখন আসনৰ বাবে অসমত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন।উল্লেখযোগ্য যে বিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ পিছৰ পৰা খালী হৈ আছিল। ৰাজ্যসভাৰ এই আসনখন।জানিব পৰা মতে ফেব্ৰুৱাৰী ১১ তাৰিখে এই সন্দৰ্ভত জাননী জাৰি কৰা হ’ব । ১৮ ফেব্ৰুৱাৰীৰ মনোনয়ন দাখিলৰ অন্তিমটো দিন আনহাতে ২২ ফেব্ৰুৱাৰী প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ অন্তিমটো দিন ধাৰ্য কৰা হৈছে। ১ মাৰ্চত ভোটদানৰ শেষ হোৱা পিছতে ভোটগণনা অনুষ্ঠিত হ’ব ।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন