অহা ১ মাৰ্চত ৰাজ্য সভাৰ খালী হৈ থকা এখন আসনৰ বাবে অসমত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন।উল্লেখযোগ্য যে বিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ পিছৰ পৰা খালী হৈ আছিল। ৰাজ্যসভাৰ এই আসনখন।জানিব পৰা মতে ফেব্ৰুৱাৰী ১১ তাৰিখে এই সন্দৰ্ভত জাননী জাৰি কৰা হ’ব । ১৮ ফেব্ৰুৱাৰীৰ মনোনয়ন দাখিলৰ অন্তিমটো দিন আনহাতে ২২ ফেব্ৰুৱাৰী প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ অন্তিমটো দিন ধাৰ্য কৰা হৈছে। ১ মাৰ্চত ভোটদানৰ শেষ হোৱা পিছতে ভোটগণনা অনুষ্ঠিত হ’ব ।
Trending
- চি আই ডিৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি লাভ আইৰণ লেডীৰ
- আজি অনুষ্ঠিত হয় প্রথম পৰ্য্যায়ৰ ভোটদানৰ পৰ্ব
- আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ
- ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া কৰ্মী ৰাওনা ভোটকেন্দ্ৰলৈ
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান