২৪আগষ্টত মুকলি হ’ব ৰোপৱে সেৱা

0 485

অহা ২৪ আগষ্টত মুকলি হ’ব গুৱাহাটীৰ আৰু উত্তৰ গুৱাহাটীৰ সংযোগী ৰোপৱে সেৱা ।এই ৰোপৱে সেৱা নদী ওপৰত নিৰ্মাণ কৰা আটাইতকৈ দীঘল ৰোপৱে সেৱা।
 
 
 
 
প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘ্য এই ৰোপৱে সেৱাৰ জৰিয়তে এজন যাত্ৰীয়ে ৭মিনিটতে ইপাৰ সিপাৰ হ’ব পাৰিব । ৰোপৱে জৰিয়তে পাৰ হ’বলৈ হ’লে এজন ব্যক্তিয়ে ৬০টকা দিব লাগিব।আনহাতে অহা যোৱাৰ বাবদত ১০০টকা ভৰিব লাগিব।

Leave A Reply

Your email address will not be published.