কামৰূপ মহানগৰ জিলা পৰ্যায়ৰ খেল মহাৰণ ২০২৩-২৪ৰ খেলসমূহ অহা ৪ আৰু ৫ জানুৱাৰীত অনুষ্ঠিত হ’ব৷ নেহৰু ষ্টেডিয়াম, ছাই খেলপথাৰ আৰু গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰত খেলসমূহ অনুষ্ঠিত হ’ব৷ নেহৰু ষ্টেডিয়ামত ৪ জানুৱাৰীৰ পুৱা ১১ বজাত উদ্বোধনী অনুষ্ঠান আৰু ৫ জানুৱাৰীৰ বিয়লি পুৰস্কাৰ বিতৰণৰ লগতে সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব৷ খেলুৱৈ সকলৰ যাতায়ত, খোৱা-বোৱা, খেল পৰিচালনা আদি বিষয়ত আলোচনাৰ বাবে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভকক্ষত অতিৰিক্ত জিলা আয়ুক্ত ড。ধ্ৰুৱজ্যোতি হাজৰিকাৰ পৌৰোহিত্যত এখন বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত বিভিন্ন দায়িত্বত থকা বিষয়া- কৰ্মচাৰীসকলক তেওঁলোকৰ দায়িত্বসমূহ বুজাই দিয়া হয়৷
Trending
- মেঘালয়ত প্ৰথম বাৰৰ বাবে জনজাতি মহিলা আৰক্ষী প্ৰধানৰ নিযুক্তি
- মিৰ্জা ইউনিক কালাৰ নামৰ অত্যাধুনিক পাৰ্লাৰ মুকলি
- কাঁন চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত প্ৰদৰ্শিত হ’ব অসমত নিৰ্মিত হিন্দী বোলছবি ‘কুকি’
- তিতাবৰত ১১, ১২ মে’ত সপ্তম সদৌ অসম পেনচাক ছিলাট চেম্পিয়নশ্বিপ
- তথ্যচিত্ৰত উদ্ভাসিত হ’ব শতিকা প্ৰাচীন ফাটবিহু
- আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল