ৰাজ্যসভালৈ মনোনীত হৈছে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

0 255

ৰাজ্যসভালৈ মনোনীত হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ।কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক অধিসূচনাৰ জৰিয়তে মুখ্য ন্যায়াধীশ গৰাকীক ৰাজ্য সভাৰ সদস্য হিচাপে মনোনীত কৰিছে।
 
 
উল্লেখযোগ্য যে তেখেতে ৰাম জনমভূমি বাবৰি মছজিদ গোচৰৰ লগতে কেবাটাও ঐতিহাসিক ৰায়দান লগত জৰিত আছিল।মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ২০১৯ চনৰ ১৭নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিছিল।

Leave A Reply

Your email address will not be published.