অসমত উপস্থিত হৈছে বলিউডৰ জনপ্ৰিয় অভিনেতা হৃত্বিক ৰোছন। চাৰ্টাৰ্ড ফ্লাইটেডেৰে তেজপুৰৰ বায়ুসেনাৰ ঘাটিত উপস্থিত হয় অভিনেতাগৰাকী। ‘Fighter’ ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে আজি তেওঁ আহি উপস্থিত হয় তেজপুৰত। জানিব পৰা মতে এই ছবিখনত হৃত্বিকে এগৰাকী বায়ু সেনাৰ পাইলটৰ চৰিত্ৰত অভিনয় কৰিব। তেওঁৰ লগতে অসমলৈ আহিছে ছবিখনৰ পৰিচালক সিদ্ধাৰ্থ আনন্দ। উল্লেখ্য যে এই ছবিখনত হৃত্বিক ৰোছনৰ সৈতে অভিনয় কৰিব বলিউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে।তথ্য অনুসৰি ১০ দিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত থাকিব ফাইটাৰ ছবিখনৰ দলটো। চিত্ৰগ্ৰহণৰ বাবে নিৰ্বাচিত হোৱা স্থানত অৰ্থাৎ অসমৰ তেজপুৰৰ বায়ুসেনা ঘাটীত অভিনেত্ৰী দীপিকা পাডুকন আৰু অনিল কাপুৰে আহি পোনে পোনে তেওঁলোকক যোগদান কৰিব।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী