সুখবৰ ঢকুৱাখনাত উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ-অসমৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস পালন admin Oct 15, 2021 0 পুৰাতন ভাৰতীয়ৰ প্ৰজ্ঞা,পুৰাতন ভাৰতীয় শিক্ষা ব্যৱস্থা, একবিংশ শতিকাৰ প্ৰয়োজনীয়তা এই সকলোৰে মাজত সংগতি ৰাখি কিদৰে…
সুখবৰ হোজাইত মণিপুৰী সকলৰ ইমা পান্থইবি পূজা উদযাপন admin Oct 14, 2021 0 দুৰ্গা পূজাৰ সমান্তৰালভাৱে হোজাইৰ মণিপুৰী সমাজে উদযাপন কৰিছে পৰম্পৰাগত ইমা পান্থইবি পূজা ৷ হোজাই জিলাৰ লংকাৰ…
সুখবৰ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে শিৱসাগৰ প্ৰধান ডাকঘৰত উপায়ুক্তৰ বিশেষ আৱৰণ উন্মোচন admin Oct 13, 2021 0 আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি শিৱসাগৰ প্ৰধান ডাকঘৰত স্বাধীনতা সংগ্ৰামী শ্বহীদ মণিৰাম দেৱান তথা মুক্তি…
সুখবৰ ২৯৯ বছৰীয়া পৰম্পৰাৰে ঢকুৱাখনাৰ-শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ত মহাষ্টমী পালন admin Oct 13, 2021 0 শদিয়াৰ ইতিহাস প্ৰসিদ্ধ তাম্ৰেশ্বৰী দেৱালয়ৰ পৰা বিগ্ৰহ আনি ১৭২২ খ্ৰীষ্টাব্দত ঢকুৱাখনা মহকুমাৰ দেৱলীয়া গাঁওৰ হাৰ্হি…
সুখবৰ হস্তী-মানৱৰ সংঘাত ৰোধ কৰাৰ থিমেৰে বালিপৰাৰ গোবিন্দপুৰত ব্যতিক্ৰমী দুৰ্গা admin Oct 13, 2021 0 সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে হস্তী-মানৱৰ সংঘাত । এইক্ষেত্ৰত শোণিতপুৰ জিলাৰ…
সুখবৰ অসমীয়া পৰম্পৰাগত সাজ পাৰত মা-দুৰ্গাৰ প্ৰতিমা,কিন্তু ক`ত admin Oct 13, 2021 0 অসমীয়া পৰম্পৰাগত সাজপাৰত মা দুৰ্গাক প্ৰতিষ্ঠা কৰিছে ।গুৱাহাটী মহানগৰীত অসমীয়া পৰম্পৰাগত সাজপাৰ, আ-অলংকাৰত দেখিবলৈ…
সুখবৰ দুৰ্ঘটনা ৰোধৰ লক্ষ্যৰে দুৰ্গাপূজাৰ প্ৰাকক্ষণত গুৱাহাটীত পথ সুৰক্ষা সজাগতা… admin Oct 12, 2021 0 দেশৰ আন ৰাজ্যৰ লগতে অসমতো ১১ অক্টোবৰৰ দিনা সন্ধিয়া বেদীত মাংগলিক কাৰ্যৰ মাজেৰে প্ৰতিমা স্থাপন কৰাৰ পাছত শাৰদীয় শ্ৰী…
সুখবৰ শ্ৰী শ্ৰী হাৰ্হি ঈশ্বৰীয় দেৱালয় – শতাধিক ছাগলী বলিৰে দেৱী আৰাধনা admin Oct 12, 2021 0 দুৰ্গতিনাশিনী শক্তিৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ স্তুতি ,অৰ্চনা আৰাধনাই মহা সপ্তমীৰ আধ্যাত্মিকতাত …
সুখবৰ ৫০ আসাম এয়াৰ স্কোৱাদ্ৰোণ এন চি চি ইউনিটৰ ১৪ দিনীয়া বাৰ্ষিক প্ৰশিক্ষণ শিবিৰৰ সামৰণি admin Oct 12, 2021 0 ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ গুৱাহাটী বিশ্ববিদ্যালয়স্থিত ৫০ আসাম এয়াৰ স্কোৱাদ্ৰোণ এন চি চি ইউনিটৰ দুটা পৰ্যায়ত…
উদ্যমী ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয় -ডেৰশ বছৰীয়া জয়ন্তীৰ উদযাপন সমিতি গঠন admin Oct 12, 2021 0 ঢকুৱাখনা মহকুমাৰ শৈক্ষিক ইতিহাসৰ সমুজ্জ্বল চানেকি স্বৰূপ ১৮৭২ চনতে ঢকুৱাখনা সদৰত স্থাপিত ঢকুৱাখনা চৰকাৰী মজলীয়া…