শনিৰ উপগ্ৰহত জীৱৰ সন্ধান শীৰ্ষক লেখাৰে ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ এজন শিশু বিজ্ঞানী।তেজপুৰ গুৰুকুল বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ সম্পূৰ্ণম সৰকাৰে এই স্বীকৃতি ভাগীদাৰ হৈছে।জানিব পৰা মতে সম্পূৰ্ণম সৰকাৰে ভাৰতস্থিত স্বেচ্ছাসেৱী সংগঠন স্পেচপ’ৰ্ট ইণ্ডিয়াৰ জৰিয়তে আয়োজন কৰা এক প্ৰতিযোগিতাত অংশলৈ ছাইণ্টিছ ফৰ এ ডে উইনাৰ খিতাপ অৰ্জন কৰে ।উল্লেখযোগ্য যে সম্পূৰ্ণমে নিজ গৃহত ড্ৰোন প্ৰস্তুত কৰি আকাশত উৰিবলৈ সাজু কৰিছিল লগতে বিজ্ঞান ভিত্তিক আলোচনা তথা গৱেষণাৰ বিষয়ে ৰচনা কৰা এনচিলেদাছ শীৰ্ষক গৱেষণাধৰ্মী ৰচনাত শনি গ্ৰহ আটাইতকৈ উজ্বল আৰু বৰফাবৃত উপগ্ৰহ এন্সেলাডত ভবিষ্যত সম্পৰ্কে মন্তব্য কৰিছিল ।স্মতব্য যে এনেধৰণৰ কেতবোৰ চিন্তা আৰু গৱেষণাই নাছাৰ বিজ্ঞানী মহলত চিন্তাৰ খোৰাক যোগাইছে আৰু সম্পূৰ্ণমক প্ৰশংসা কৰিছে ।সহযোগ কৰিলে তেজপুৰৰ পৰা ধ্ৰুব জ্যোতি নাথে..
Trending
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে