অসমৰ জনসাধাৰণক উন্নতমানৰ স্বাস্থ্য সেৱা প্ৰদান কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে ৪০০ গৰাকী চাৰ্ভেইলেঞ্চ কৰ্মী,৭২৮ গৰাকী ষ্টাফ নাৰ্চক নিযুক্তি প্ৰদান কৰে।এই অনুষ্ঠানত উপস্থিত থাকি স্বাস্থ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰতিবছৰে জি এন এম ছাত্রীসকলক সংস্থাপন দিয়া হৈছে।আৰু বিভিন্ন চিকিৎসা মহাবিদ্যালয় সমূহৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত আৰু কিছুসংখ্যকক নিযুক্তি প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত মন্ত্রী পীয়ুষ হাজৰিকা,স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিভাগৰ ডাঃ ৰবীন্দ্ৰ ভূঞা,স্বাস্থ্য সেৱা সঞ্চালক ডাঃ অনুপ বৰ্মন,জি এম চি এইচৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- অসম বন বিদ্যালয়ত বন্যপ্ৰাণী বিশেষজ্ঞ ডঃ আনোৱাৰুদ্দিন চৌধুৰীৰ গ্ৰন্থ ‘ৱাৰ্ডছ অৱ দীপৰ বিল’ উন্মোচন
- ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস পালন
- নতুন দিল্লীত অসম এছ’চিয়েচনৰ উদ্যোগত ৰঙালী বিহু উদযাপন
- প্ৰাকৃতিক পৰিবেশত দেৱকান্ত বৰদলৈৰ গ্ৰন্থ অতীতৰ সন্ধানত- ৪ৰ্থ খণ্ড উন্মোচন
- ৩৫তম কাৰ্বি দেহাল কাৰ্চিদম উৎসৱৰ প্ৰস্তুতি
- ৰঙালী বিহু ২০২৬ উপলক্ষে বৃদ্ধাশ্ৰম আৰু শিশু যত্ন প্ৰতিষ্ঠানত টপচেম চিমেণ্টৰ আনন্দ উৎসৱ উদযাপন
- আজিৰ পৰা ৰাজাপানীচান্দাত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year