চাহ বাগিচা অঞ্চলত ক্ৰমাত ক’ভিড প’জিটিভৰ সংখ্যা বৃদ্ধি পাব ধৰিছে।মৰিয়নিৰ গ্ৰীণ ভিউ চাহ বাগিছাত বৰ্তমানলৈকে প্ৰায় দহ জন লোকৰ দেহত ধৰা পৰিছে ক`ভিডৰ উপস্থিতি।বাগিছাখনৰ ৬টা পৰিয়ালক স্বাস্থ্য বিভাগে তিনি দিনৰ পূৰ্বে হোম কন্টেইনমেন্ট ৰূপে ঘোষণা কৰে।কিন্তু হোম কন্টেইনমেন্ট ঘোষণা কৰা শ্ৰমিকৰ পৰিয়াল কেইটাক প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ সাহায্য আগনবঢ়োৱাত ভীষণ সমস্যাৰ সন্মুখীন হৈছে পৰিয়াল কেইটা।পৰিয়াল কেইটাৰ বিষয়ে জানিব পাৰি মৰিয়নিৰ চেলেংহাটৰ সমাজকৰ্মী তুষাৰ পালে আজি হোম কন্টেইনমেন্টত থকা ৬ টা পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰে।আনহাতে তুষাৰ পালৰ পদক্ষেপক বাগিচাখনৰ শ্ৰমিক সকলে শলাগ লোৱা লগতে হোম কন্টেইনমেন্টত থকা পৰিয়াল সমুহক সাহায্য আগবঢ়াবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি