বায়ু কল নামেৰে এটা যন্ত্ৰ আবিষ্কাৰ কৰি চৰ্চালৈ আহিছে মৰিগাঁও দীঘলবৰীৰ এজন কৃষক ।কৃষক জনৰ নাম উদ্ধব দেউৰী। তেওঁ ঘৰতে থকা কিছুমান সামগ্ৰী যেনে ফেন আৰু পুৰণি প্লেট ব্যৱহাৰ কৰি সাজি উলিয়াইছে বায়ু বেল। উল্লেখযোগ্য যে এই বায়ু বেলে পথাৰত উপদ্ৰৱ কৰা চৰাই-চিৰিকটিৰ পৰা শস্য বচাই ৰাখে। উল্লেখযোগ্য যে উদ্ধব দেউৰীয়ে ইয়াৰ পূৰ্বেও মাকৈ বীজ ৰোপন আৰু কঠিয়া ৰোপন কৰিব পৰা দুটাকৈ যন্ত্ৰ সাজি উলিয়াইছিল। উদ্ধবৰ এই প্ৰতিভাৰ বাবে এতিয়া সৰ্বতে চৰ্চিত হৈ পৰিছে।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ