ৰঙিয়াত সাংসদ আদৰ্শ গাঁও যোজনাৰ অগ্ৰগতিৰ পৰ্যালোচনা সাংসদ দিলিপ শইকীয়াৰ

0 532

মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলিপ শইকীয়াই আজি ৰঙিয়া মহকুমাৰ বিহদিয়া গাঁও পঞ্চায়তত আয়োজিত এক সভাত সাংসদ আদৰ্শ গাঁও যোজনাৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি যোজনাৰ কাম-কাজ সঠিক দিশত ৰূপায়ণৰ বাবে যাৱতীয় দিহা-পৰামৰ্শ প্ৰদান কৰে। আজিৰ এই পৰ্যালোচনা বৈঠকত ৰঙিয়াৰ সহকাৰী আয়ুক্ত অম্লান বৈশ্য, বিহদিয়া জাজীকোনা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হেমন্ত ডেকাৰ লগতে আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ সদস্যসকল উপস্থিত থাকে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই ।

Leave A Reply

Your email address will not be published.