প্ৰতিবছৰৰ দৰে এইবছৰো সমগ্ৰ দেশতে ২৬ নৱেম্বৰ তাৰিখে সংবিধান দিৱস পালনৰ আয়োজন কৰা হৈছে।এইবৰ্ষৰ সংবিধান দিৱসৰ মূল বিষয় “ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ জননী” সম্পৰ্কে জনসাধাৰণৰ মাজত ব্যাপক প্ৰচাৰ চলাই সৰ্বাধিক অংশগ্ৰহণৰ বাবে সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে দুটাকৈ প’ৰ্টেল মুকলি কৰিছে।সংবিধানৰ প্ৰস্তাৱনা সমূহ ২২ টা চৰকাৰী ভাষা আৰু ইংৰাজী ভাষাত অনলাইনযোগে পঢ়িব পৰাকৈ readpreamble.nic.in শীৰ্ষক প’ৰ্টেলটো মুকলি কৰিছে।আনহাতে “ভাৰতবৰ্ষৰ-গণতন্ত্ৰৰ জননী” বিষয়টোত অনলাইন কুইজ অনুষ্ঠিত কৰিব পৰাকৈ constitutionquiz.nic.in শীৰ্ষক প’ৰ্টেলটো মুকলি কৰা হৈছে।এই প’ৰ্টেল দুটাৰ জৰিয়তে সকলো ৰাইজে অংশগ্ৰহণ কৰি মানপত্ৰ লাভ কৰিবলৈ সক্ষম হ’ব।
Trending
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক
- অসমৰ ২০টা গুৰুত্বপূর্ণ স্থানত বিশেষ মক ড্ৰিল
- পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং, পলিং বিষয়া- কাইলৈ কামৰূপ মহানগৰ জিলাৰ ২৬৬ টা কেন্দ্ৰত ভোটগ্ৰহণ