কামৰূপ জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ পৰামৰ্শ মৰ্মে ৰামপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বিৰোগাঁও মজলীয়া বিদ্যালয়ৰ প্ৰাঙ্গনত ৩১ ডিচেম্বৰত এক গামীৰ্যপূৰ্ণ পৰিবেশত তৃতীয় সংখ্যক হাতেলিখা আলোচনী “ফেঁহুজালী” উন্মোচন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে আলোচনীখনৰ সম্পৰ্কে বৃষ্টিত ব্যাখ্যা আগবঢ়াই আলোচনী “ফেঁহুজালী” তত্বাৱধায়ক মনোৰঞ্জন বৈশ্যই।আনুষ্ঠানিকভাৱে আলোচনী “ফেঁহুজালী” উন্মোচনৰ সময়ত ৰাজ্যিক কৃতি শিক্ষকদ্বয় পবিত্ৰ কুমাৰ তালুকদাৰ, লালচৰণ দাস, পৰিচালনা সমিতিৰ সভাপতি কাৰ্তিক বড়ো আৰু উপ-সভাপতি ফণিল চন্দ্ৰ দাস উপস্থিত থাকি হাতেলিখা আলোচনীৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ বিষয়ে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। লগতে কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিভাগক এনেধৰণৰ মহান প্ৰচেষ্টাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান
- Himanta Biswa Sarma meets PM Modi, seeks guidance for Assam NDA 3.0 Government
- মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মেল
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap