চ’তৰ পছোৱাই প্ৰকৃতিক চুই যোৱা বতৰতে আজি গুৱাহাটী প্ৰেছ ক্লাৱত কবিতাৰ মহাসন্মিলন অসমৰ উদ্যোগত অনুষ্ঠিত কৰা হয় কবিতাৰ আড্ডা শীৰ্ষক এক মননশীল কাব্যনুষ্ঠান। কবিতাৰ মহাসন্মিলন অসমৰ সভাপতি চিন্তাশীল লেখক মুকুট শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত সভাত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে ৰমনী মোহন কলিতা , প্ৰসন্ন গগৈ । উল্লেখযোগ্য যে কবিতাৰ মহাসন্মিলন অসমৰ সাধাৰণ সম্পাদক জোন বৰা,সহ:সম্পাদক আব্দুল হাইৰ লগতে কবিতাৰ মহাসন্মিলন মহানগৰ শাখাৰ সম্পাদিকা ৰঞ্জনা পাঠকৰ বিশেষ তৎপৰতাত অনুষ্ঠিত আজিৰ অগতানুগতিক মননশীল কাব্যনুষ্ঠানত কবিতাৰ গতিশীলতা,আধুনিকতা, আদি সম্পৰ্কত আলোচনা পৰ্যালোচনা কৰাৰ লগতে সভাত উপস্থিত প্ৰায় চল্লিশ গৰাকী কবিয়ে কবিতা পাঠ কৰে।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ