কামৰূপ মহানগৰ জিলা পৰ্যায়ৰ খেল মহাৰণ ২০২৩-২৪ৰ খেলসমূহ অহা ৪ আৰু ৫ জানুৱাৰীত অনুষ্ঠিত হ’ব৷ নেহৰু ষ্টেডিয়াম, ছাই খেলপথাৰ আৰু গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰত খেলসমূহ অনুষ্ঠিত হ’ব৷ নেহৰু ষ্টেডিয়ামত ৪ জানুৱাৰীৰ পুৱা ১১ বজাত উদ্বোধনী অনুষ্ঠান আৰু ৫ জানুৱাৰীৰ বিয়লি পুৰস্কাৰ বিতৰণৰ লগতে সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব৷ খেলুৱৈ সকলৰ যাতায়ত, খোৱা-বোৱা, খেল পৰিচালনা আদি বিষয়ত আলোচনাৰ বাবে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভকক্ষত অতিৰিক্ত জিলা আয়ুক্ত ড。ধ্ৰুৱজ্যোতি হাজৰিকাৰ পৌৰোহিত্যত এখন বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত বিভিন্ন দায়িত্বত থকা বিষয়া- কৰ্মচাৰীসকলক তেওঁলোকৰ দায়িত্বসমূহ বুজাই দিয়া হয়৷
Trending
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures