অসম মন্ত্রীসভা সম্প্ৰসাৰণ-১২ গৰাকী নতুন মন্ত্রীৰ নাম তালিকাত প্ৰকাশ

0 50

কাইলৈ অসম মন্ত্ৰীসভা সম্প্ৰসাৰণ হ’ব। ১২ গৰাকী নতুন মন্ত্ৰীৰ নাম তালিকাত প্ৰকাশ কৰিছে মুখ্যমন্ত্রীয়ে।সেই সকলৰ ভিতৰত আছে।

১)অশ্বিনী ৰয় সৰকাৰ
২) অশোক সিংহল
৩) বিমল বড়া
৪) বিশ্বজিৎ দৈমাৰী
৫) জয়ন্ত মল্লবৰুৱা
৬) কৌশিক ৰায়
৭) কেশৱ মহন্ত
৮) কৃষ্ণেন্দু পাল
৯) নীলিমা দেৱী
১০) পীযুষ হাজৰীকা
১১) ডা: ৰণোজ পেগু
১২) সুশান্ত বৰগোহাঁই

Leave A Reply

Your email address will not be published.