দুটা খবৰৰ আঁত ধৰি

0 267

ৰোগী সকললৈ সুখবৰ কঢ়িয়াই আনিছে শ্ৰী ৰামাচন্দ্ৰ মেডিকেল চেণ্টাৰে। আজি গুৱাহাটীৰ ভাঙাগড়ত ৰামাচন্দ্ৰ মেডিকেল চেণ্টাৰৰ শাখা মুকলি হয়। ইয়াৰ জৰিয়তে নিউৰ’লজি ইউৰো’লজি আৰু অৰ্থপেডিককে আদি কৰি বহুকেইটা বিভাগৰ সেৱা লাভ কৰিব পাৰিব। বিভিন্ন জটিল ৰোগত আক্ৰান্ত ৰোগীয়ে পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব বুলি এক সংবাদ মেল যোগে জানিবলৈ দিয়ে।

আপুনি বাৰু কিমানটা ভোট জলকীয়া খাব পাৰে? এটা অথবা খুব বেছি দুটা নহয়নে? নলবাৰীৰ টিহুৰ ৰাহুল পাচোৱান নামৰ যুৱক জনে ১৮ টাৰ পৰা ২০ টালৈ ভোট জলকীয়া খাব পাৰে। অকল এয়াই নহয় ৰাহুল পাচোৱানে সাধাৰণ জলকীয়া পলকতে ১ কিলোগ্ৰাম পৰ্য্যন্ত খাব পাৰে। ইয়াৰ উপৰিও চকু মুখত জলকীয়া সানিলেও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে। আজৱ প্ৰতিভাৰ গৰাকী ৰাহুলে তৃতীয় শ্ৰেণীৰ পৰাই জলকীয়াৰ লগত খেলা খেলিছিল। ৰাহুলৰ ইচ্ছা আগন্তুক দিনত ভোট জলকীয়া খাই Guinness বুকত নাম সন্নিৱিষ্ট কৰাৰ।

Leave A Reply

Your email address will not be published.