হঠাৎ জলপ্ৰলয় সৃষ্টি হ’ব পাৰে ।নদী কাষৰীয়া ৰাইজৰ জনজীৱন বিপদাপন্ন হ’ব পাৰে।ব্ৰক্ষ্মপুত্ৰৰ উৎপত্তিৰ স্থল তিব্বতত কৃত্ৰিম হ্ৰদৰ সৃষ্টি হৈছে।যাৰ ফলত ভূমি স্খলন হৈ চিয়াং নদীৰ গতিত বাধা প্ৰাপ্ত হৈছে।অৰুণাচলৰ প্ৰশাসন শংকিত হৈ পৰিছে।চীনতো দুৰ্যোগ ব্যৱস্থাপনা বিভাগ সষ্টম হৈ পৰিছে বুলি জানিব পৰা গৈছে।আনহাতে ডিব্ৰুগড়,ধেমাজী জিলাৰ প্ৰশাসন তথা বিজ্ঞজনে এনে পৰিস্থিতি পৰিপ্ৰেক্ষিতত শংকিত হৈ পৰিছে ।
Trending
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা
- National Press Day 2024 Commemorated in Guwahati: A Reflection on the Changing Nature of the Press