কাৰুশিল্প আৰু ক্ষুদ্ৰ উদ্যোগীসকলৰ উন্নয়নৰ উদ্দেশ্যে টাটা ট্ৰাষ্টে প্ৰথম ২১ নৱেম্বৰত ইয়াৰ কাৰুশিল্প ভিত্তিক জীৱিকা কাৰ্যক্ৰমৰ অধীনত কামৰূপৰ বিজয়নগৰ ভাগৱতীপাৰাৰ মাধৱদেৱ ছোৱালী হাইস্কুলৰ বিপৰীতে থকা টাটা ট্ৰাষ্টৰ এটা ইনকিউবেচন এণ্ড ডিজাইন চেণ্টাৰ মুকলি কৰে। প্রথম পৰ্য্যায়ত অসমকে দেশৰ উৰিষ্যা আৰু নাগালেণ্ডতো এনে ধৰণৰ তিনিটা চেণ্টাৰ মুকলি কৰাৰ লগতে দেশত মুঠ ছয়টা এনে চেণ্টাৰ মুকলি কৰা হ’ব টাটা ট্ৰাষ্টৰ তৰফৰ পৰা জনাইছে । আনহাতে এই চেণ্টাৰ সমূহত মহিলা সকলক বোৱা -কটা,বজাৰ পদ্ধতি , কম্পিউটাৰৰ প্ৰাৰম্ভিক শিক্ষাও প্ৰদান কৰা হ’ব জনাইছে টাটা ট্ৰাষ্টে।
Trending
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত