গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ বাণিজ্য মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ৰূপা ডেকাই সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়াই অহা অৱদান আৰু নিৰলস সাধনাৰ বাবে ভাৰতীয় দলিত সাহিত্য ২০১৮ বৰ্ষৰ ডক্টৰ আম্বেদকাৰ সাহিত্য শ্ৰী ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিছে। এই উদ্দেশ্য ৯ডিচেম্বৰত নতুন দিল্লীৰ ৰিং ৰোড স্থিত পঞ্চবিল আশ্ৰমত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডক্টৰ ৰূপা ডেকাক এই বঁটা প্ৰদান কৰা হয়।অনুষ্ঠানত অকাডেমিৰ ৰাষ্ট্ৰীয় সভাপতি অধ্যাপক ডক্টৰ এছ পি সুমনকেশৰ সচিব প্ৰধান ডক্টৰ জয় সুমনকেশৰকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে। আনহাতে ৰূপা ডেকাৰ এনে সফলতাৰ কাৰণে উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লগত গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰিয়াল বৰ্গ।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন