আকৌ সুনাম কঢ়িয়ালে অসম জীয়াৰীয়ে

0 291

  IMG-20161025-WA0010

ভাল খবৰ অথবা  সুখবৰ শুনিলেই মনটো উলাহ আনন্দৰে ভৰি পৰে নহয়নে? আজি আপোনালোকক জনাব বিচৰিছো এনে এটা ভাল খবৰ ! অসম সুন্দৰী ৰেৱতী ছেত্ৰীয়ে জাপান পৰ্যটন বিভাগৰ “ভিজিট জাপান এম্বেছেডৰ” ৰূপে নিযুক্তি লাভ কৰিছে। স্মতৰ্ব্য যে জাপানৰ পৰ্যটন প্ৰচাৰ কৰিবৰ বাবে ইতিমধ্যে তেওঁক এখন প্ৰমান পত্ৰ লাভ কৰিছে । উল্লেখযোগ্য যে ৰেৱতী ছেত্ৰীয়ে ইয়াৰ পূৰ্বে Miss Asia 2016 খিতাপৰ লগতে সৌন্দৰ্য্যৰ প্ৰতিযোগিতাৰ বহু খিতাপ আজুৰি আনিবলৈ সক্ষম হৈছিল।

CollageMaker_20161025153344859

Leave A Reply

Your email address will not be published.