এন আৰ এলৰ ২৬তম বাৰ্ষিক বৈঠক খন কালি গুৱাহাটীস্থিত কাৰ্য্যালয়ত সম্পন্ন হয় ।এই বৈঠকত কোম্পানীটোৰ ২০১৮- ১৯ বৰ্ষৰ বাবে ১৭টকা প্ৰতি শ্বেয়াৰৰ লভ্যাংশ ঘোষণা কৰে।জানিব পৰা মতে উল্লেখিত বৰ্ষৰ লেন দেন হয়১৮,৫১১ কোটি টকা।আনহাতে ২৯৭৮ টি এম টি বিক্ৰীয়ে২০১৮-১৯ বৰ্ষত অভিলেখ সৃষ্টি কৰে।বৈঠকখনত বি পি চি এলৰ অধ্যক্ষ ডি ৰাজকুমাৰ,এন আৰ এলৰ পৰিচালন সঞ্চালক এছ কে বৰুৱা আৰু বহুকেইজন কৰ্মচাৰী উপস্থিত থাকে ।
Trending
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা