NE Focus
NE Focus
তৃতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ
By
admin
on February 8, 2019
৯ফেব্ৰুৱাৰীৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হ’ব তৃতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ।তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব লগা এই উৎসৱটো আনুষ্ঠানিক ভাৱে উন্মোচন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।দেশী বিদেশী বিভিন্ন লেখক, ছাত্ৰ ছাত্ৰী সকলে এই উৎসৱত অংশগ্ৰহণ কৰিব।জানিব পৰা মতে এইবাৰ আছিয়ান দেশসমূহৰ সাহিত্যক গুৰুত্ব আৰোপ কৰি বিশেষ কাৰ্য্যক্ৰম ৰখা হৈছে।অভিনেত্ৰী মণিষা কৈৰালা বিশেষ অনুষ্ঠান অনুষ্ঠিত হ’ব ।অহা ১১ফেব্ৰুৱাৰীত এই অনুষ্ঠানৰ অন্ত পৰিব।
সুখবৰ
Share
Related Posts
দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
বাইক ৰেলী অনুষ্ঠিত
৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
Medical conference by Indian Army on high altitude illness
চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
Comments
(0)
Add Comment