Browsing Category
সুখবৰ
সংগ্ৰামৰে জীৱন ৰ্নিবাহ কৰা এগৰাকী অসমীয়া নাৰী
দুবাহুৰ শক্তিৰে জিনিছিল হাজাৰ জনৰ মন। আকাশ চুব বিচাৰিছিল তেওঁ কিন্তু কঠোৰ বাস্তৱ হাতোৰাত জীৱন গতিপথ আৱদ্ধ হৈ…
পৰিবেশ সংৰক্ষণৰ আদিপাঠ শিকোৱা এখন আদৰ্শ বিদ্যালয়
গছ গছনি থাকিলেহে জীৱকুল থাকিব। পৰিবেশৰ ভাৰসাম্যতা বৰ্তি থাকিব। এই কথাবোৰ আমি সকলোৱে জানো, আৰু এই কথাও জানো যে, আজিৰ…
সাহিত্য আৰু সংস্কৃতিৰ এক বিশেষ দিন
সদৌ অসম সাহিত্য সন্মিলনৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত ঐক্যতান বঁটা প্ৰদান কৰা হয়। সমাজৰ বিভিন্ন ক্ষেত্ৰত বিশেষ…
ভাল খবৰৰ সন্ধানত
আজি বিশ্ব ধৰিত্ৰী দিৱস। ধৰিত্ৰী দিৱস উপলক্ষ্যে অসমৰ বিভিন্ন জিলাত বৃক্ষ ৰোপণ কাৰ্য্যসুচী হাতত লোৱা বাতৰি আমালৈ…
ডিজিটেল মেডিয়া ফ’ৰাম গঠন
বৰ্ত্তমান সময়টোৱে হৈছে ডিজিটেলৰ সময়। এই ডিজিটেল দুনীয়াৰ বোকাচাত উঠি অসমৰ সংবাদ জগতত আত্মপ্ৰকাশ কৰিছে বহুকেইটা…
মানৱ সেৱাৰ আন এটা নাম অসামৰিক সেৱা
আমি যি ঠাইতে কাম কৰো, সেই ঠাইখন আমাৰ পূণ্যভূমি। সেয়েহে আমি নিষ্ঠাৰে সকলো কাম সমাপন কৰিবলৈ প্ৰতিশ্ৰতিবদ্ধ হ’ব লাগে।…
৩ টা সুখবৰ
অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে থিয় দিয়া অন্যতম প্ৰতিবাদী কণ্ঠ বীৰুবালা ৰাভা। শেহতীয়াকৈ তেখেতে আন্তঃৰাষ্ট্ৰীয়…
নৰ্থ গুৱাহাটী জাৰ্ণেলিষ্ট ফ’ৰামৰ উল্লেখযোগ্য পদক্ষেপ
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক সকল সদায় উপেক্ষিত। আজি দিনটো সাংবাদিক সকলে সমাজ সেই বিশেষ মৰ্য্যাদা পোৱা নাই।…
ৰঙালী বিহুৰ উপলক্ষ্যে
চেনেহৰ ৰঙালী বিহুলৈ আৰু মাত্ৰ কেইটামান দিনহে বাকী। তেনে সময়তে মহানগৰীৰ Ayursundra Superspeciality Hospital আয়োজন…
দুটা ভাল খবৰ
অসমৰ পৰ্যটন ক্ষেত্ৰলৈ কিছু সম্ভৱনা কঢ়িয়াই আনিছে তেলেংগনা পৰ্যটন বিভাগে। কালি মহানগৰীৰ খানাপাৰাস্থিত "টাজ…