Browsing Category
উদ্যমী
যুৱ বিজ্ঞানী ইমৰাণ হুছেইনৰ কথাৰে
কেৱল বৃত্তিগত সন্তুষ্টিৰ বাবে নহয়, উদ্ভাৱনৰ লগত জড়িত প্ৰত্যেকেই নিষ্ঠাৰে কৰ্মত অগ্ৰসৰ হ’লেহে দেশৰ উন্নতি আশা কৰিব…
এগৰাকী সমাজ সেৱীকাৰ কথাৰে
এজনী সাধাৰণ ছোৱালী। মনত তাইৰ অযুঁত আশা। তাইৰ আশা সমাজলৈ পৰিৱৰ্তন অনাৰ, তাইৰ হেপাহ সমাজখনক ন ৰূপে চোৱাৰ।
সেয়েহে এই…
GREEN OSCAR বঁটাৰে সন্মানিত অসম জীয়াৰী
জৈৱ বৈচিত্ৰ সংৰক্ষণ তথা মানৱতাৰ নিদৰ্শনে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিছে এগৰাকী অসম জীয়াৰীয়ে। উল্লেখযোগ্য যে…
মানুহৰ এক অন্য সমাজ
সাধাৰণতে শুনা যায় শিল্পী সকলৰ মনটো খুৱেই সংবেদনশীল। শিল্পী সকলে আনৰ দুখ সহজে বুজি পায়, এই কথাষাৰৰ সত্যতা প্ৰমাণ…
পুৰণা ইঞ্জিনৰে Racing Car নিৰ্মাণ কৰিলে ৰহাৰ জ্যোতি শংকৰ ভৰালী
পৃথিৱীৰ কোনো বস্তুৱেই ইটো সিটোৰ লগত সাদৃশ্য নাই । ঠিক সেইদৰে মানুহ বিশেষে চখৰ সিমানা নাই, পাৰাপাৰ নাই। সেয়েহে…
সংগ্ৰামৰে জীৱন ৰ্নিবাহ কৰা এগৰাকী অসমীয়া নাৰী
দুবাহুৰ শক্তিৰে জিনিছিল হাজাৰ জনৰ মন। আকাশ চুব বিচাৰিছিল তেওঁ কিন্তু কঠোৰ বাস্তৱ হাতোৰাত জীৱন গতিপথ আৱদ্ধ হৈ…
বিহুৰ বাদ্যযন্ত্ৰ আঁৰৰ কেইগৰাকীমান শিল্পীৰ কথাৰে
বিহু বুলিলেই সাধাৰণতে কেইবিধমান বাদ্য যন্ত্ৰৰ প্ৰসংগৰ কথা মনলৈ আহে। সেইকেইবিধ বাদ্য যন্ত্ৰ হ’ল ঢোল, পেপা, গগণা,…
বিদেশৰ বজাৰত সমাদৰ লাভ কৰিছে নৰমোহনৰ কাপোৰে
সৰুৰে পৰা ল’ৰাজনে সপোন দেখি খুব ভাল পাইছিল। ওখ ওখ সপোন বোৰক বাস্তৱ ৰুপ দিবলৈ কিন্তু মুলধন নাছিল। আছিল মাথো এটা সবল…
ৰং বিৰঙ- ফটোগ্ৰাফী শিতান
নদীৰো আছে লহৰ,
যিদৰে থাকে গানৰ লহৰ।।
নদীৰ লহৰৰ কিছু মনোমোহা চিত্ৰ লেন্সেৰে ধৰি ৰাখি আমালৈ প্ৰেৰণ কৰিলে জয়ন্ত…
ভাস্কৰ্য্য শিল্পী মঞ্জিত হাজৰিকা
আজিৰ তাৰিখত আপোনাক যদি প্ৰশ্ন কৰো শিল্প কৰ্ম কৰি আজিৰ সমাজত চলিব পৰা যায় নে? তাৰ উত্তৰ হয়টো আপুনি ক’ব, পাৰি হয়টো…