চতিয়াৰ কেইজনমান যুৱকে গঢ়ি তোলা কৃষি ফাৰ্ম পৰিৰ্দশন বিশ্বনাথৰ নৱ নিযুক্ত উপায়ুক্তৰ

0 991

চতিয়াৰ ঘাহিগাওঁৰ ১০গৰাকী যুৱক সংগঠিতহৈ জ্ঞানজ্যোতি আত্ম সহায়ক নামেৰে এটা গোট গঠন কৰি চলাই গৈছে কৃষি বিপ্লৱ।তেওঁলোকে নিজাববীয়াকৈ ক্ৰয় কৰা ভূমিত উন্নত জাতৰ ধানৰ খেতি, মস্য পালন, গৰু পালন, ছাগলী পালন কৰি গঢ়ি তুলিছে এখন সুন্দৰ ফাৰ্ম।
চৰকাৰী চাকৰিৰ পাছে পাছে দৌৰি নুফুৰি শিক্ষিত যুৱক কেইজনে গঢ়ি তোলা ফাৰ্মখন বুধবাৰে বিয়লি ভাগত বিশ্বনাথ জিলাৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰৰ লগতে জিলা প্ৰশাসনৰ উচ্চ পদস্থ এটা বিষয়াৰ দলে ফাৰ্ম পৰিৰ্দশন কৰি আপ্লুত হৈ পৰে।
খবৰ যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.