Browsing Category
সুখবৰ
বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ…
জালুকবাৰী আৰু ডিমৰীয়াৰ পিছত আজি নিউ গুৱাহাটী সমজিলাৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত হ’ল কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ…
সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক…
বৰ্ণাঢ্য সাংস্কৃতিৰ অন্যতম ঝুমুইৰ নৃত্যক বিশ্ববাসীৰ সৈতে পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে অসম চৰকাৰৰ উদ্যোগত আগন্তুক…
ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড…
ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক অশোক সিংহলে আজি ঢেকিয়াজুলি…
ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
ডিমৰীয়া সমজিলাৰ কাৰ্যালয়ত আজি কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” কাৰ্যসূচী ৰূপায়ণ কৰা হয়।…
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ…
গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ ভিতৰৰ পশ্চিম দিশত অৱস্থিত তথা ইতিহাস বিজড়িত আৰু বৰ্ত্তমান বিভিন্ন কাৰণত অৱহেলিত হৈ…
গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰি ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা…
সকলো শ্ৰেণীৰ বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখি সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান…
আজিৰে পৰা কামৰূপ মহানগৰ জিলাৰ সমজিলাতো আৰম্ভ হ’ল যানবাহন বিষয়ক সমস্যাৰ সমাধান। সহজসাধ্য হৈ উঠিল যানবাহন…
ৰাজ্যৰ মুগা কৃষকক মূগালাটৰ যোগান ধৰিব খানাপাৰাৰ চৰকাৰী সঁচ পামে
এশিঙীয়া গঁড়ৰ দৰেই অসমৰ মুগাও সমগ্ৰ বিশ্বতেই সমাদৃত।অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু সীমাৱৰ্তী পাহৰুৱা ৰাজ্যকেইখনৰ…
এ এছ এছ টিত পলিমাৰ আৰু উন্নত কাৰ্যকৰী সামগ্ৰী বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি
গুৱাহাটীৰ পশ্চিম বৰাগাঁৱস্থিত ইনটিটিউট অৱ এডভান্সড ষ্টাডি ইন চায়েন্স এণ্ড টেকন'লজি চমুকৈ আই এ এছ এছ টিৰ উদ্যোগত ১৩…
কোকৰাঝাৰত হিতাধিকাৰীৰ চেক বিতৰণৰ অনুষ্ঠান অনুষ্ঠিত
অসম চৰকাৰৰ উদ্যোগ, বিত্ত , সাহাৰ্য আৰু পুণৰসংস্থাপন বিভাগৰ দ্বাৰা ৰূপায়িত হোৱা বিভিন্ন আঁচনিৰ অধীনত আৰু…