আশা কৰ্মীসকলক সম্বৰ্দ্ধনা জনালে টীয়কত
সমগ্ৰ দেশজুৰি চলি আছে ক'ভিড ১৯ৰ বিৰূদ্ধে এক শক্তিশালী যুঁজ। এই যুজত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ আশা কৰ্মী সকলেও। আশা…
বানপানীত নিহতৰ পৰিয়ালক ৰাজহ মন্ত্ৰীৰ সাহাৰ্য্য প্ৰদান
অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে চলিত বানপানীত প্ৰাণ হেৰুৱা শিৱসাগৰ জিলাৰ দুগৰাকী…
লক ডাউন হ’ব পাৰে মহানগৰীৰ
সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ক'ভিড১৯ৰ ফলত বিপদজ্জনক পৰিৱেশৰ সৃষ্টি হৈছে। সাম্প্ৰতিক পৰিস্থিতিত ৰাজ্যৰ গুৱাহাটী মহানগৰীত…
১৭ বছৰ অনুৰ্দ্ধ ফিফাৰ প্ৰথম খন খেল গুৱাহাটীত অনুষ্ঠিত হ’ব
আগন্তুক বৰ্ষৰ ১৭বছৰ অনুৰ্দ্ধৰ ফিফা বিশ্বকাপ মহিলা ফুটবলৰ তাৰিখ ঘোষণা কৰিছে। প্ৰথমখন খেল গুৱাহাটীৰ সৰুসজাই…
ক’ভিড১৯ৰ আয়ুৰ্বেদিক ঔষধ তৈয়াৰ পতঞ্জলি কোম্পানীৰ
সমগ্ৰ বিশ্বই এতিয়া ক'ৰণা ভাইৰাছৰ বিৰূদ্ধে অবিৰতভাৱে যুঁজি আছে। ক'ৰণা ভাইৰাছত আক্ৰান্ত হোৱা বিশ্বৰ প্ৰায়বোৰ দেশে…
২৫জুনত ঘোষিত হ’ব উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমুখী…
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান বাণিজ্য আৰু বৃত্তিমুখী পৰীক্ষাৰ ফলাফল অহা ২৫জুন বৃহস্পতিবাৰে পুৱা ৯…
মহানগৰীৰ ৭টাকৈ ৱাৰ্ডত নতুনকৈ হ’ব সম্পূৰ্ণ লকডাউন
ক'ভিড১৯ৰ সংক্ৰমণৰ প্ৰকোপ দৈনিক গুৱাহাটী মহানগৰীত বৃদ্ধি হৈ গৈ আছে। সমগ্ৰ মহানগৰবাসী ভয়ংকৰ সামাজিক সংক্ৰমণৰ সন্মুখীন…
ক’ভিড১৯ আৰোগ্যৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসম তৃতীয়
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনৰ কাৰ্যালয়ত আজি এখন সংবাদমেল সম্বোধন কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।…
কালিৰে আৰম্ভ হ’ব ভাৰ্চুৱেল ৰেলীৰ কাৰ্যসূচী
কালিৰে পৰা ভাৰতীয় জনতা পাৰ্টীৰ জনসম্বোধন শীৰ্ষক এক কাৰ্যসূচীৰ আৰম্ভ হ'ব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা ৪বাজি…
এটা কোৱাৰেণ্টাইন চেণ্টাৰ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে
সাধাৰণতে কোৱাৰেণ্টাইন চেণ্টাৰ বুলিলে বন্দীত্ব জীৱন প্ৰণালীৰ ছবি এখন ভাঁহি আহে। য'ত পৰ্যাপ্ত সা সামগ্ৰীৰ অভাৱ হোৱাৰ…