দীপক শৰ্মালৈ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটা
কটনৰ চুডমাৰ্চন হলত আচাম জাষ্টিচ ফ'ৰামে আয়োজন এক অনুষ্ঠানত বাঁহীবাদক দীপক শৰ্মাক মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটা…
২০২০ৰ প্ৰথমটো দিনৰ দুটা আশাব্যঞ্জক খবৰ
হাতী মানুহৰ সংঘাতে চৌদিশে অশান্তিময় পৰিবেশ সৃষ্টি কৰাৰ সময়তে কাৰ্বি আংলঙৰ হাতীখুলিবাসীক সকাহ যোগাইছে দুজন…
পৰিবেশ সুৰক্ষাৰ বাৰ্তালৈ দিল্লীৰ অভিমুখে এগৰাকী অসমীয়া যুৱতী
পৰিবেশ সুৰক্ষাৰ বাৰ্তা বিলাই পদযাত্ৰা কৰিছে এগৰাকী যুৱতীয়ে।শিৱসাগৰৰ এই যুৱতী গৰাকীৰ নাম নিজৰা ফুকন। যুৱতীগৰাকীয়ে…
সাহিত্যিক সকলৰ বাবে ভাল খবৰ
অসম সাহিত্য সভাকে ধৰি ২২ টা বিভিন্ন খিলঞ্জীয়া তথা জনজাতীয় সাহিত্য সভাৰ প্ৰতিনিধিৰ সৈতে কালি মুখ্যমন্ত্রী সৰ্বানন্দ…
সম্পাদনাৰ মেজৰ পৰা
আজিৰে পৰা আৰম্ভ হ'ল এটা নতুন বছৰ।নতুন বছৰৰ নতুন দিনৰ প্ৰাৰম্ভণিতে আপোনাক জনালো বহু শুভকামনা।নৱবৰ্ষই কঢ়িয়াই আনক…
২০১৯ বৰ্ষৰ শীৰ্ষত কেইগৰাকীমান অসমীয়া
চাওতে চাওতে ২০১৯ বৰ্ষ মেলানি মাগিবলৈ মাত্ৰ কেইঘণ্টামান বাকী।চলিত বৰ্ষতে দৃষ্টিগোচৰ হোৱা অসমৰ কেইটামান ভাল খবৰ থোৰতে…
দুৰ্যোগ ব্যৱস্থাপনাৰ শিবিৰ অনুষ্ঠিত
ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এন ডি আৰ এফৰ গুৱাহাটীৰ আজাৰা পাটগাঁওস্থিত প্ৰথম বেটেলিয়ানৰ মুখ্য কাৰ্যালয়…
খেলো ইণ্ডিয়াৰ থীম চং শুনিলেনে
কা'ৰ প্ৰতিবাদৰ পিছত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে কণ্ঠ নিগৰাইছে খেলো ইণ্ডিয়াৰ এক থীম চঙত।ইতিমধ্যে থীম চংটো চ'চিয়েল…
৩৭ বছৰৰ পিছত এখন গাঁৱত তুষাৰ পৰিছে
গোলকীয় কৰণৰ প্ৰভাৱৰ ফলশ্ৰুতিত প্ৰকৃতিৰো তাৰতম্য ঘটিছে। যাৰ ফলশ্ৰুতিত চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ জুনহেবট জিলাৰ লাভিছে…
শীতৰ পৰা পৰিত্ৰাণ দিবলৈ চিৰিয়াখানা কৰ্তৃপক্ষই বিশেষ পদক্ষেপ
শীতৰ ঠেৰেঙা জাৰে সমগ্ৰ ৰাজ্য কপাইছে । মহানগৰীতো শীতৰ প্ৰকোপ বৃদ্ধি পাইছে ।সেয়ে অসম ৰাজ্যিক চিৰিয়াখানাৰ কৰ্তৃপক্ষই…