কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি…
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক তথা কলাগুৰু আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক,প্ৰসিদ্ধ…
এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
এইচ ডি এফ চি বেংকে আজি সমগ্ৰ ভাৰতৰ আৰ বি আইৰ অধিসূচিত আনবেংকড গ্ৰাম্য কেন্দ্ৰ (ই আৰ চি)ত ৬০ টা বিজনেছ…
কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনস্থ নেহেৰু যুৱ কেন্দ্ৰ সংগঠনে গোটেই ভাৰতবৰ্ষতে আৰম্ভ কৰা উন্নয়ন…
বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
আজি বিশ্ব কবিতাৰ দিন। বিশ্ব বুলি ক'লেই বিশালতাৰ কথা,মানৱতাৰ কথা!এনে বিশ্ব জাতিৰে,ধৰ্মেৰে বা চৰ্মেৰে কিম্বা বৰ্ণেৰে…
গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ…
অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ৷ অহা মে’ত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দুখনকৈ আই পি এলৰ মেচ৷…
জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন
বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস উপলক্ষে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক সজাগ কৰা উদ্দেশ্যে আজি জিএনআৰ…
তিনি দিনীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছে সাহিত্য মহোৎসৱ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ।আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত…
যোগদান কাৰ্যসূচী অনুষ্ঠিত
হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টিৰ গুৱাহাটী মহানগৰ জিলা কাৰ্য্যলয়ত, জিলা সভাপতি তপন চন্দ্ৰ দাসৰ উপস্থিতিত যোগদান…
অসম ফটো সাংবাদিক সন্থাৰ সাধাৰণ সভা সম্পন্ন
ৰাজ্যৰ ফটো সাংবাদিকসকলৰ ঐতিহ্যমণ্ডিত সংস্থা অসম ফটো সাংবাদিক সন্থাৰ সাধাৰণ সভাখন যোৱা ১৬ মাৰ্চত গুৱাহাটী প্ৰেছ…
সোণাপুৰৰ তেতেলীয়াত আতিথ্য দক্ষতা বিকাশ উৎকৰ্ষতা কেন্দ্র শুভাৰম্ভ
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ তেতেলীয়াত আতিথ্য দক্ষতা বিকাশ উৎকৰ্ষতাৰ…