North Eastern Momo Fest 2017
Vas Incoporated ৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হ'ব North Eastern Momo Fest 2017। আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত…
৭১ তম স্বাধীনতা দিৱস
আজি সমগ্ৰ দেশৰ ৭১ তম স্বাধীনতা দিৱস। সমগ্ৰ দেশতেই বৰ্ণময় কাৰ্য্যসুচীৰে এই দিৱস উদযাপিত হৈছে। খানাপাৰাতো ৰাজ্যিক…
সম্পাদনাৰ মেজৰ পৰা
এটা সপোন আৰু এবুকু আশাৰ পম খেদি লিখিব বিচাৰিছিলো, মনত সঞ্চিত হৈ থকা বহু কথা। স্বাধীনকামী সত্বাই সেয়েহে বিচাৰি লৈছিল…
জনাই ভাল লগা কিছু কথা
আমাক স্বাধীনতা লাগে। স্বাধীনতা অামাৰ জন্মগত অধিকাৰ। তেজ দিম, তথাপিও দেশ নিদিও। কৰিম অথবা মৰিম। চৌদিশে শুনা গৈছে…
NE FOCUS ৰ বৰ্ষপুৰ্তিৰ উপলক্ষে সংবাদ মেল
চাওতে চাওতে nefocus.com ৰ এটা বছৰে মেলানি মগা দিন সমাগত এই বৰ্ষপুৰ্তিৰ প্ৰাকক্ষণত আজি গুৱাহাটীত দিছপুৰ প্ৰেছ…
ৰং বিৰঙ- ফটোগ্ৰাফী
আমাৰো আছে এক জীৱন
যাৰ বাবে চলাওঁ
এনেদৰে সংগ্ৰাম।
আমাক চোৱা
আমাৰ পৰাই শিকিব পৰিবা
সংগ্ৰামৰ আদিপাঠ
চিত্ৰকেইখন চাই…
জৈৱ ইন্ধন দিৱস
জৈৱ ইন্ধন আমাৰ বাবে অতি লাগতিয়াল সম্পদ। ইয়াক পুননৱীকৰণে জীৱন প্ৰণালীক অন্য এক মাত্ৰা প্ৰদান কৰিব পাৰে। বিশ্ব জৈৱ…
একাঁজলি শ্ৰদ্ধাঞ্জলি
আজি শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ মৃত্যুদিন। ১৯৯১ চনৰ আজিৰ এই দিনটোতেই আততায়ীয়ে অতি নৃশংসভাৱে হত্যা কৰিছিল শ্বহীদ…
NORTH EAST INDIA FASHION WEEK ৰ সংবাদ মেল
অহা ২৬ আগষ্টত গুৱাহাটীত অনুষ্ঠিত হ'ব NORTH EAST INDIA FASHION WEEK ৰ অসম সংস্কৰণ। আজি গুৱাহাটী প্ৰেছ ক্লাবত নৰ্থ…
আজি পবিত্ৰ ৰাখী বন্ধন
আজি ৰাখীবন্ধন। সমগ্ৰ দেশতে বিভিন্ন ৰীতি নীতিৰে এই দিৱস উদযাপিত হৈছে। ভায়েকে বায়েকক, ভনীয়েকে ককায়েকক মংগল কামনা কৰি…