ঔটেঙা, টেঙামৰা ব্যৱসায়েৰে আৰ্দশনীয় কাম কৰিছে এগৰাকী যুৱতীয়ে
যি সময়ত একাংশ নৱ প্ৰজন্মই থলুৱা খাদ্য সম্ভাৰৰ প্ৰতি অনিহা প্ৰদৰ্শন কৰি বাহিৰৰ খাদ্য সম্ভাৰক আঁকোৱালি লৈছে। সেই…
শিখ গুৰুৰ শ্বহীদ দিৱস উদযাপন
লোকে লোকাৰণ্য হ'ল আজি ধুবুৰী চহৰ। প্ৰতি বছৰৰ দৰে এইবাৰো শিখ নৱম গুৰু টেগ বাহাদুৰ ৩৪২তম শ্বহীদ দিৱস ধুবুৰীৰ…
জাতিপ্ৰেমৰ অন্যতম নিদৰ্শন-Lachit The Warrior
একাংশ নৱপ্ৰজন্মই প্ৰযুক্তিবিদ্যাক সুপ্ৰয়োগ কৰিছে। কথাষাৰ হয়তো পোনচাতেই মানি ল'বলৈ আপুনি নিবিচাৰিব। কিন্তু তাকেই…
লাচিত দিৱস উদযাপন
আজি লাচিত দিৱস। সমগ্ৰ অসমতে বিভিন্ন দল সংগঠনে জাতীয় বীৰ জনাক সুৱঁৰি বিভিন্ন কাৰ্য্যসূচী ৰূপায়ন কৰা বাতৰি আমালৈ…
বেডমিণ্টন এচ’ছিয়েছনে কি ক’লে
চাউথ এছিয়ান বেডমিণ্টন টুৰ্ণামেণ্ট অহা ২৯ডিচেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব। এই কথা সদৰী কৰে অসম বেডমিণ্টন…
টিম হিউমেনিটিয়ে ৰচিলে মানৱতাৰ জয়গান
পৃথিৱীৰ সকলো বস্তুৰে ৰং সলনি হ'লেও ৰং সলনি নোহোৱা এবিধ বস্তু হ'ল তেজ। তেজৰ কোনো ধৰ্ম নাথাকে। জাত পাত নাথাকে। সেয়েহে…
ব্যতিক্ৰমী প্ৰতিছবিৰ পম খেদি
কামৰ কোনো সৰু বৰ নাই। মনত যদি সাহ থাকে, দৃঢ়তা থাকে যিকোনো কামকে অনায়াসে কৰিব পৰা যায়। এই কথাকে প্ৰমাণ কৰি দেখুৱালে…
নিৰক্ষৰ হৈও কাৰ্বি পাহাৰত জ্ঞানৰ পোহৰ বিলাইছে মেক্ৰিয়ে
যান্ত্ৰিকতাৰ কোলাহলে চৌদিশে চানি ধৰা সময়তে মানৱতাৰ জয়গান ৰচিছে এগৰাকী সমাজকৰ্মীয়ে। তেখেতৰ নাম মেক্ৰী টিচোপি। ঘৰ…
একে ৰাতিৰ ভিতৰতে ভাইৰেল হোৱা এখন ফটো
জাতি আৰু জাতীয় সত্বা ৰক্ষাৰ বাবে প্ৰত্যকজন অসমীয়াই মনতে পণ কৰা সময়তে কথাৰে নহয়, কামৰে আদৰ্শ দেখুৱালে এজন যুৱকে।…
ৰং বিৰঙ ফটোগ্ৰাফী শিতান
বৰাকত এতিয়া উখল মাখল পৰিবেশে বিৰাজ কৰিছে। তিনিখন জিলাক সামৰি কালিৰে পৰা আৰম্ভ হৈছে নমামি বৰাক উৎসৱ। তাৰেই কেইখনমান…