বেডমিণ্টন এচ’ছিয়েছনে কি ক’লে

0 251

WhatsApp Image 2017-11-23 at 7.20.18 PM

চাউথ এছিয়ান বেডমিণ্টন টুৰ্ণামেণ্ট অহা ২৯ডিচেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব। এই কথা সদৰী কৰে অসম বেডমিণ্টন সন্থাই। উল্লেখ্য যে ভাৰত, ভূটান, আফগানিস্তান, নেপাল, মালদীপ আৰু বাংলাদেশ খেলুৱৈয়ে এই টুৰ্ণামেণ্টখনত অংশ গ্ৰহণ কৰিব। জানিব পৰা মতে, ৰাজ্যপালে এই টুৰ্ণামেণ্ট খন উদ্বোধন কৰিব। ইণ্ডিয়াৰ দলত অসমৰ অস্মিতা চলিহাই অংশগ্ৰহণ কৰিব। আনহাতে ইণ্টাৰ জ’ৰনেল নেচনেল বেডমিণ্টন চেম্পিয়নচিপখন ১২ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব। ১৭ বছৰ অনুৰ্দ্ধ এই চেম্পিয়ন চিপখনৰ পৰা ভাৰতীয় দলক Dutch and German 2018 লৈ বাচনি কৰা হ’ব। মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উদ্বোধন কৰিব লগা এই টুৰ্ণামেণ্টখনত মন্ত্ৰী নৱ কুমাৰ দলেৰ লগতে বেডমিণ্টনৰ অন্য অন্য কৰ্মকৰ্তা সকলে অংশ ল’ব।

Leave A Reply

Your email address will not be published.