সুখবৰ
admin

India book of records ত নাম অন্তৰ্ভুক্ত কৰিলে শিৱসাগৰৰ এগৰাকী যুৱতীয়ে

প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি নৃসিংহ যাত্ৰা” নামৰ অংকীয়া নাটখন অংক কৰিছে শিৱসাগৰ এগৰাকী যুৱতীয়ে।যুৱতী গৰাকী নাম নিমিষা কাকতি।শিৱসাগৰ শুকানপুখুৰীৰ ধ্ৰুৱজ্যোতি কাকতি আৰু ৰূপজ্যোতি কাকতিৰ কন্যা

সুখবৰ
admin

নাজিৰা মহকুমাত ৰাইচ ভেৰাইটেল কেফেটেৰিয়াৰ শুভাৰম্ভ

নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে নাজিৰা মহকুমাৰ নগাঁও এডিঅ’ চক্ৰৰ অন্তৰ্গত চেংধৰা গাঁৱত অসম কৃষি-ব্যৱসায় আৰু গ্ৰাম্য পৰিৱৰ্তন প্ৰকল্পৰ (এপিআৰ) অধীনত কেফেটেৰিয়া পদ্ধতিৰে কঠিয়া ৰোপনৰ

সুখবৰ
admin

গাড়ীগাঁৱ , জালুকবাৰীত ঘৰতে সকলোৱে পঢ়িলে ঈদ-উদ – জোহাৰ নামাজ

বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ পবিত্ৰ ত্যাগ আৰু ভাতৃত্ব বোধৰ উৎসৱ হিচাপে পৰিগণিত হৈ অহা ঈদ – উদ – জোহাৰৰ সমূহীয়া নামাজ এইবাৰ ক’ভিড মহামাৰীৰ

সুখবৰ
admin

এশ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি জামুগুৰিহাটৰ পথাৰত কৃষি কৰ্ম কৰিছে দুখন গাঁৱৰ গঞাঁই

এশ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি ভৰ বাৰিষাৰ শাওণৰ পথাৰত নামিছে দুখন গাঁৱৰ গঞাঁ। কোনোৱে যদি কঠিয়া তুলিছে, কোনোৱে দাঙিছে কঠিয়াৰ ভাৰ,কোনোৱে আকৌ আলিপাৰ দিয়াৰ লগতে

সুখবৰ
admin

চাৰিদুৱাৰ পৰা হায়দৰাবাদলৈ ৰপ্তানি হৈছে নেমু, কঠাল

শোণিতপুৰৰ চাৰিদুৱাৰবাসীৰ বাবে সুখবৰ। চাৰিদুৱাৰৰ অঞ্চলৰপৰা আজিৰেপৰা হায়দৰাবাদলৈ ৰপ্তানি হৈছে থলুৱা নেমু, কঁঠাল আৰু আনাৰস । চাৰিদুৱাৰৰ নৱ মিলন এগ্ৰ প্ৰডিউছাৰ কোম্পানী লিমিটেডৰ উদ্যোগত আজি

ব্যৱসায়
admin

এইচ ডি এফ চি বেংকৰ শিক্ষাৰ্থীৰ বাবে বৃত্তি ঘোষণা

ক’ভিড কালীন পৰিস্থিতি মাজতে এইচডিএফচি বেংকে শিক্ষাৰ্থী সকলৰ বাবে এক বৃত্তি মূলক আঁচনি ঘোষণা কৰিছে। সামাজিক দায়বদ্ধতাৰ আঁচনি অংশস্বৰূপে স্নাতক, স্নাতকোত্তৰ আৰু ডিপ্লোমা পাঠ্যক্ৰম পঢ়ি

সুখবৰ
admin

দেৰগাঁৱৰ এজন ব্যক্তিৰ প্ৰশংসনীয় পদক্ষেপ

দেৰগাঁৱৰ ব্ৰক্ষ্মপুত্ৰ অঞ্চলৰ এজন উদীয়মান সমাজকৰ্মী । নাম চাহাবুদ্দিন আহমেদ।ব্যক্তি গৰাকী নামেই এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক সকলো দিশতে জড়িত ব্যক্তিগৰাকী

সুখবৰ
admin

চ`চিয়েল মিডিয়াৰ যোগে ঈদৰ শুভেচ্ছা জ্ঞাপন ৰাষ্ট্ৰপতিৰ

আজি পবিত্ৰ ঈদ-উজ-জোহা। ৰাজ্যজুৰি ইছলাম ধৰ্মী লোকসকলে ঘৰে ঘৰে পঢ়িছে নামাজ। অৱশ্যে পূৰ্বৰ দৰে উচাহ নাই এইবাৰ ঈদত। কিয়নো চাৰিওদিশে এতিয়া ক`ৰণাৰ সংক্ৰমণ। সোমবাৰে নতুন

সুখবৰ
admin

গ’ ফৰ গ্ল’ৰী লাভলীনা চাইকেল সমদলে মুখৰিত মহানগৰীৰ ৰাজপথ

অসমবাসীয়ে লাভলীনাৰ কাৰণে যাতে প্ৰাৰ্থনা কৰে তাৰ বাবে আজি এটা পৰিৱেশ সৃষ্টি কৰা হ’ল। অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ বাবে আমি কেইবাটাও ব্যৱস্থা হাতত লৈছো। অনাগত

সুখবৰ
admin

স্মাৰ্ট চিটি প্ৰকল্প অধীনৰ কাম-কাজ সমূহ খৰতকীয়াকৈ সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনৰ বিভিন্ন কাম-কাজ সমূহ খৰতকীয়াকৈ সম্পূৰ্ণ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডক নিৰ্দেশ দিছে।কালি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ