Wintrobe Hospital ৰ কৰ্মশালা

0 257

IMG-20170225-WA0010

প্ৰথমবাৰৰ বাবে অসমৰ উইনট্ৰব হস্পিতালত এক কৰ্মশালা আয়োজন কৰা হৈছে। লেজাৰৰ চিকিৎসাৰ জৰিয়তে কিদৰে এজন ৰোগী য়ে অতি সহজতে আৰোগ্য লাভ কৰিব পাৰি, হৃদযন্ত্ৰ সমস্যা থকা ব্যক্তিয়ে, এজমা অথবা কোনো ৰোগৰ পৰীক্ষাৰ বাবে অসহজবোধ কৰা ব্যক্তিয়ে সহজতে চিকিসা সেৱা গ্ৰহণ কৰিব পাৰে। উল্লেখযোগ্য যে অতি কম খৰচত Wintrobe Hospital য়ে সেৱা আগবঢ়াই আহিছে। বিশেষকৈ বয়স্ক ব্যক্তি, সুৰক্ষা কৰ্মী সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তি, শিশু, ছাত্ৰ ছাত্ৰীৰ বিনামুলীয়া বিশেষ পৰামৰ্শৰ লগতে ৰেহাইৰ ব্যৱস্থা আছে।  ইউৰলজী বিভাগৰ মুৰব্বী ডাo অৰূপ কুমাৰ নাথৰ নেতৃত্বত এই কৰ্মশালা আয়োজন হৈছে। উক্ত কৰ্মশালাত বহুকেইজন আতিথি চিকিৎসক লগতে বিভিন্ন ধৰণৰ কাৰ্যসুচী গ্ৰহণ কৰা হৈছে বুলি আয়োজকে জানিবলৈ দিছে।

IMG-20170225-WA0011

Leave A Reply

Your email address will not be published.