এটা শ্ৰেষ্ঠতম সম্পৰ্ক। যাৰ নাম বন্ধুত্ব। এই বন্ধুত্ব নামৰ সম্পৰ্ক জীয়াই থকাৰ বাবেই পৃথিৱীখন সুন্দৰ। বন্ধুৰ উমাল পৰশে সকলোৰে জীৱন জীপাল কৰি তোলে। আমি জীৱন উদযাপন কৰো। বন্ধুৰ আগত সকলোৱে প্ৰাণ খুলি হাঁহে, মনৰ দুখ প্ৰকাশ কৰি কান্দে। এজন প্ৰকৃত বন্ধুৱে বিপদৰ সময়ত কেতিয়াও লগ নেৰে। সেয়েহে বন্ধু নিৰ্বাচনত সতৰ্কতা অৱলম্বন কৰা উচিত। বন্ধুবিহীন জীৱন মৰুভূমি সদৃশ। এজন ভাল বন্ধুৱেহে জীৱনৰ সঠিক পথৰ সন্ধান দিব পাৰে। তেজ মঙহৰ সম্পৰ্কৰ বাহিৰত গঢ়ি উঠা এই বন্ধুত্ব সম্পৰ্কই যুগ যুগ ধৰি মানুহক প্ৰভাৱিত কৰি আহিছে। বন্ধুত্ব শব্দৰ লগত মানৱতা, প্ৰেম সংযুক্ত হৈ আছে। আজি বন্ধুত্ব দিৱস। বন্ধুত্ব দিৱসৰ শুভ ক্ষণত সকলোকে শুভকামনা জনালো। সকলোৱে জীৱন যেন সুখময়, সমৃদ্ধিময় হয় তাকে কামনা কৰিলো।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান