এটা শ্ৰেষ্ঠতম সম্পৰ্ক। যাৰ নাম বন্ধুত্ব। এই বন্ধুত্ব নামৰ সম্পৰ্ক জীয়াই থকাৰ বাবেই পৃথিৱীখন সুন্দৰ। বন্ধুৰ উমাল পৰশে সকলোৰে জীৱন জীপাল কৰি তোলে। আমি জীৱন উদযাপন কৰো। বন্ধুৰ আগত সকলোৱে প্ৰাণ খুলি হাঁহে, মনৰ দুখ প্ৰকাশ কৰি কান্দে। এজন প্ৰকৃত বন্ধুৱে বিপদৰ সময়ত কেতিয়াও লগ নেৰে। সেয়েহে বন্ধু নিৰ্বাচনত সতৰ্কতা অৱলম্বন কৰা উচিত। বন্ধুবিহীন জীৱন মৰুভূমি সদৃশ। এজন ভাল বন্ধুৱেহে জীৱনৰ সঠিক পথৰ সন্ধান দিব পাৰে। তেজ মঙহৰ সম্পৰ্কৰ বাহিৰত গঢ়ি উঠা এই বন্ধুত্ব সম্পৰ্কই যুগ যুগ ধৰি মানুহক প্ৰভাৱিত কৰি আহিছে। বন্ধুত্ব শব্দৰ লগত মানৱতা, প্ৰেম সংযুক্ত হৈ আছে। আজি বন্ধুত্ব দিৱস। বন্ধুত্ব দিৱসৰ শুভ ক্ষণত সকলোকে শুভকামনা জনালো। সকলোৱে জীৱন যেন সুখময়, সমৃদ্ধিময় হয় তাকে কামনা কৰিলো।
Trending
- সুধাকন্ঠৰ সমাধি ক্ষেত্ৰত অনুষ্ঠিত হ’ল স্মৃতি তৰ্পণ অনুষ্ঠান
- জুবলী ফাউণ্ডেচনৰ উদ্যোগত মৃতকৰ অংগদান কৰ্মশালা
- এয়াৰটেলে তীব্ৰতৰ বাউজিং গ্ৰাহকক প্ৰদান কৰিছে
- গুৱাহাটী কবি কিশোৰ কুমাৰ জৈনৰ দুখনকৈ কাব্যগ্ৰন্থ উন্মোচন
- তামুলপুৰত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সম্পৰ্কীয় প্ৰশিক্ষণ
- এণ্ড্ৰিউ ইউল এণ্ড কোম্পানীৰ অধীনস্থ চাহ বাগিচাৰ অচল অৱস্থা দূৰীকৰণৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা
- Teachers’ Day Celebration in Chirang District Highlights Educational Advancements and Achievements
- ই পি মিডিয়া ফ’ৰাম চাউথ কামৰূপৰ প্ৰতষ্ঠা দিৱস উদযাপন
- এইচডিএফচি বেংকে গ্ৰাহক অভিজ্ঞতা উন্নত কৰিবলৈ নতুন বৈশিষ্ট্যৰে ইউপি আই আৰু চি বি ডি চি উন্মোচন কৰে
- 31st Annual General Meeting of Numaligarh Refinery Limited held