আজি বিশ্ব এইডছ দিৱস।সমগ্ৰ বিশ্বতে এই দিৱস উদযাপিত হৈছে।এই দিৱস উদযাপনৰ লক্ষ্য কেৱল জনসজাগতা সৃষ্টি কৰা নহয়।বৰঞ্চ এইডছৰ সম্পৰ্কে অৱগত কৰা।প্ৰতিবছৰে এইডছ আই ভি ৰোগত বিভিন্ন লোকে প্ৰাণ হেৰুৱায়।ইয়াৰ মূল কাৰণ হ’ল ৰোগ বিধৰ সম্পৰ্কে অৱজ্ঞা কৰা।ভয়, শংকা, সামাজিক পৰিস্থিতি ইয়াৰ সম্পূৰ্ণ দায়ী।এক সমীক্ষাত প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৬ চনত এইডছ ৰোগত আক্ৰান্ত হৈ ১মিলিয়ন মানুহৰ মৃত্যু মুখত পৰিছে।বৰ্তমানে অসমত কম বেছি পৰিমাণে সজাগতা সৃষ্টি হৈছে, যদিও এতিয়াও বহু বাকী আছে।এইডছ ৰোগীক নহয়, এইডছ ৰোগকহে আমি দূৰত ৰাখিব লাগে ।
Trending
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা
- গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
- সকলো শ্ৰেণীৰ বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখি সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ
- ৰাজ্যৰ মুগা কৃষকক মূগালাটৰ যোগান ধৰিব খানাপাৰাৰ চৰকাৰী সঁচ পামে
- এ এছ এছ টিত পলিমাৰ আৰু উন্নত কাৰ্যকৰী সামগ্ৰী বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি
- কোকৰাঝাৰত হিতাধিকাৰীৰ চেক বিতৰণৰ অনুষ্ঠান অনুষ্ঠিত