বিশ্ব এইডছ দিৱস বিশেষ

0 246

আজি বিশ্ব এইডছ দিৱস।সমগ্ৰ বিশ্বতে এই দিৱস উদযাপিত হৈছে।এই দিৱস উদযাপনৰ লক্ষ্য কেৱল জনসজাগতা সৃষ্টি কৰা নহয়।বৰঞ্চ এইডছৰ সম্পৰ্কে অৱগত কৰা।প্ৰতিবছৰে এইডছ আই ভি ৰোগত বিভিন্ন লোকে প্ৰাণ হেৰুৱায়।ইয়াৰ মূল কাৰণ হ’ল ৰোগ বিধৰ সম্পৰ্কে অৱজ্ঞা কৰা।ভয়, শংকা, সামাজিক পৰিস্থিতি ইয়াৰ সম্পূৰ্ণ দায়ী।এক সমীক্ষাত প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৬ চনত এইডছ ৰোগত আক্ৰান্ত হৈ ১মিলিয়ন মানুহৰ মৃত্যু মুখত পৰিছে।বৰ্তমানে অসমত কম বেছি পৰিমাণে সজাগতা সৃষ্টি হৈছে, যদিও এতিয়াও বহু বাকী আছে।এইডছ ৰোগীক নহয়, এইডছ ৰোগকহে আমি দূৰত ৰাখিব লাগে ।

Leave A Reply

Your email address will not be published.