অ’লা, উৱেৰে গ্ৰহণ কৰিছে সৰ্তকামূলক ব্যৱস্থা

0 295

সম্প্ৰতি ক’ৰণাকলৈ ৰাজ্যবাসী  শংকিত হৈ পৰিছে ।এই মহামাৰীৰ পৰা বাছি থাকিবলৈ ৰাজ্যবাসীয়ে সৰ্তকতা অৱলম্বন কৰিছে।
 
 
 
 
এই ক্ষেত্ৰত সৰ্তকতা অৱলম্বন কৰিছে অ’লা, উৱেৰে ।ভাইৰাছৰ বিধৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শ্বেয়াৰ ৰাইডছ বাতিল কৰিছে।
 
 
 
 
অ’লাৰ পৰা জানিবলৈ দিয়া মতে মাৰাত্মক ক’ৰণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্ত্তী জাননী নহা পৰ্য্যন্ত অ’লা শ্বেয়াৰ ৰাইডছ বাতিল কৰিছে।আনহাতে উৱেৰ পুলৰ ব্যৱস্থা সাময়িক ভাৱে বাতিল কৰাৰ কথা জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.