বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কফিব্ৰেণ্ড ক’ষ্টা কফি বেণ্ডৰ দুখনকৈ বিপণিৰ শুভ উদ্বোধন হয়। বিপনীখন উদ্বোধন কৰে মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই। বিপনীখন চিকিউৰিটি হ’ল্ডিং এলেকাত অবস্থিত। ক’ষ্টা কফিৰ সোৱাদ অন্য সাধাৰণ কফিৰ তুলনাত ব্যতিক্ৰম। এই কফিত এৰাবিকা আৰু ৰ’বাস্ত বীনৰ অসাধাৰণ মিশ্ৰণে এক অনান্য সোৱাদ প্ৰদান কৰাৰ বাবে এই কফি জনসমাজত অতি জনপ্ৰিয়। উল্লেখযোগ্য যে ক’ষ্টা কফি বেণ্ডে এইদুখন বিপনীৰ যোগেদি অসমত প্ৰথমবাৰৰ বাবে ব্যৱসায় আৰম্ভ কৰিছে।
Trending
- NSE and India Habitat Centre Partner to Empower Citizens with Financial Literacy
- পথিকৰ উদ্যোগত যোৰহাটত চাইক্লাথন
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত মধুপুৰ সত্ৰত সাঁচিপতীয়া পুথি পঠন-সংৰক্ষণ শীর্ষক কর্মশালা সম্পন্ন
- জাপানৰ ওছাকাত অনুষ্ঠিত হোৱা ৱৰ্ল্ড এক্সপ’ ২০২৫ত অসম ৰাজ্যিক প্ৰেক্ষাগৃহ উদ্বোধন
- ৰোগৰ নিৰ্ণয়ৰ পৰীক্ষা সমূহৰ মাচুল নিয়ন্ত্রণৰ বাবে গণস্বাক্ষৰ অভিযানৰ আৰম্ভণি আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান
- India is Emerging as a Financial Powerhouse, Says NSE Chief
- ক্ৰীড়াৰ জৰিয়তে এইচ ডি এফ চি বেংক পৰিৱৰ্তনে আজিলৈকে ৫ হাজাৰ ব্যক্তিক প্ৰভাৱিত কৰিছে।
- BJP Government Committed to Reclaiming Land from Infiltrators: Amit Shah
- আজাৰা পাটগাঁৱত বি এছ এফৰ আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহৰ সামৰণি
- চীন দূতাবাসৰ পাঁচজনীয়া কূটনীতিবিদৰ দলৰ কটন বিশ্ববিদ্যালয় পৰিদৰ্শন