অসমীয়া চুটি ছবি ফলাফলৰ সুখ দুখৰ মুক্তি লাভ

0 224

ৰিমিক্স আচাম প্ৰডাকচনৰ দ্বাৰা নিৰ্মিত এখন ছুটি ছবি ফলাফলৰ সুখ দুখ বৃহস্পতিবাৰে শুভ মুক্তি লাভ কৰে। সাম্প্ৰতিক সময়ৰ ঘটি থকা ঘটনাৰ আধাৰত নিৰ্মাণ কৰা এই ছুটি ছবি খন পৰিচালনা কৰিছে টীয়কৰ এগৰাকী সাংবাদিক স্মৃতি প্ৰিয়া লাহনে।  প্ৰযোজনাত কৰিছে শিক্ষক পল্লৱ শইকীয়াই।
 
 
কেইবাখনো চুটি ছবিৰ সফলতাৰ পাছতেই এই ছবি খনক লৈ বহু আশাবাদী ৰিমিক্স আচাম প্ৰডাকচনটো।ন পুৰণি কেইবাগৰাকী শিল্পীৰ দ্বাৰা অভিনীত চুটি ছবি খনত মূখ্য চৰিত্ৰত অভিনয় কৰিছে মনচোম লাহন আৰু দেৱব্ৰত দাসে। ছবি খন ইউটিউবত উপলব্ধ হ’ব বুলি নিৰ্মাতাই জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.