আজি অমিত শ্বাহ শ্বিলঙলৈ আহিব

0 31

আজি অমিত শ্বাহ শ্বিলঙলৈ আহিব।শ্বিলঙত এন ই চি বৈঠকত মিলিত হ’ব অমিত শ্বাহ।২৫ জুলাইত গৃহমন্ত্ৰী অমিত শ্বাহ অসমত থাকিব।বিভিন্ন কাৰ্যসূচী লৈ অসমলৈ আহিব গৃহমন্ত্ৰীগৰাকী।তামুলপুৰ আদৰ্শ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব।

Leave A Reply

Your email address will not be published.