সমগ্ৰ বিশ্বজুৰি দুঃসাহসিক পৰ্যটনে জনপ্ৰিয়তা লাভ কৰাৰ সময়তে উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটনৰ ক্ষেত্ৰৰ বাবে কাম কৰিবলৈ আগবাঢ়ি আহিছে কেইগৰাকীমান চলচ্চিত্ৰ নিৰ্মাতা।ইয়াৰ অংশস্বৰুপে বুধবাৰে মেঘালয়ৰ মাওলুহ গুহাত অসম পৰ্বতাৰোহন সংস্থাই অনুসন্ধান চলোৱাৰ দৃশ্য এখন তথ্য চিত্ৰখন সংযোজিত কৰে।উল্লেখযোগ্য যে এই সমগ্ৰ কামটোৰ জৰিত হৈ আছে অসম পৰ্বতাৰোহন সংস্থা।তথ্যচিত্ৰখন মুকলি কৰি দিয়াৰ পিছত সমগ্ৰ দেশবাসীয়ে উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটনৰ ক্ষেত্ৰৰ প্ৰতি অধিক আকৰ্ষিত হ’ব বুলি চলচ্চিত্ৰ নিৰ্মাতা সকলে আশা প্ৰকাশ কৰিছে।
Trending
- National Lok Adalat & Consumer Awareness Programme on Lok Adalat Organized
- ডিমৰীয়া মহাবিদ্যালয়ত বিশ্ব অ’জন দিৱস ২০২৪ৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান
- দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো মাৰ্টত কালিৰেপৰা অনুষ্ঠিত হৈছে চেমিকন ইণ্ডিয়া২০২৪’ সন্মিলন
- Career Counselling Seminar held at ADBU
- এয়াৰটেল ফাইনান্সে আৰম্ভ কৰিছে নতুন আঁচনি
- সুধাকন্ঠৰ সমাধি ক্ষেত্ৰত অনুষ্ঠিত হ’ল স্মৃতি তৰ্পণ অনুষ্ঠান
- জুবলী ফাউণ্ডেচনৰ উদ্যোগত মৃতকৰ অংগদান কৰ্মশালা
- এয়াৰটেলে তীব্ৰতৰ বাউজিং গ্ৰাহকক প্ৰদান কৰিছে
- গুৱাহাটী কবি কিশোৰ কুমাৰ জৈনৰ দুখনকৈ কাব্যগ্ৰন্থ উন্মোচন
- তামুলপুৰত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সম্পৰ্কীয় প্ৰশিক্ষণ