উত্তৰ পূবৰ পৰ্যটন ক্ষেত্ৰৰ জনপ্ৰিয়তা বৃদ্ধি পাব

0 277

সমগ্ৰ বিশ্বজুৰি দুঃসাহসিক পৰ্যটনে জনপ্ৰিয়তা  লাভ কৰাৰ সময়তে উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটনৰ ক্ষেত্ৰৰ বাবে কাম কৰিবলৈ আগবাঢ়ি আহিছে কেইগৰাকীমান চলচ্চিত্ৰ নিৰ্মাতা।ইয়াৰ অংশস্বৰুপে বুধবাৰে মেঘালয়ৰ মাওলুহ গুহাত অসম পৰ্বতাৰোহন সংস্থাই অনুসন্ধান চলোৱাৰ দৃশ্য এখন তথ্য চিত্ৰখন সংযোজিত কৰে।উল্লেখযোগ্য যে এই সমগ্ৰ কামটোৰ জৰিত হৈ আছে অসম পৰ্বতাৰোহন সংস্থা।তথ্যচিত্ৰখন মুকলি কৰি দিয়াৰ পিছত সমগ্ৰ দেশবাসীয়ে উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটনৰ ক্ষেত্ৰৰ প্ৰতি অধিক আকৰ্ষিত হ’ব বুলি চলচ্চিত্ৰ নিৰ্মাতা সকলে আশা প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.