ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই শৈক্ষিক বিপ্লৱৰ লক্ষ্যৰে ব্যতিক্ৰমী কাৰ্য্যসূচী গ্ৰহণ কৰিছে।অসমৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক প্ৰত্যক্ষ সম্পৰ্কলৈ অনাৰ উদ্দেশ্যে ২জানুৱাৰীৰ পৰা অসম ভ্ৰমণ সিদ্ধান্ত গ্ৰহণ কৰিছে।নাৰী শিক্ষাৰ প্ৰচাৰ কৰা, কুসংস্কাৰ আৰু বৈজ্ঞানিক চিন্তাধাৰাৰ সপক্ষে সজাগতা সৃষ্টি কৰা ইত্যাদি ইত্যাদি দিশ সামৰি তেওঁলোকে ভ্ৰমণ কৰিব ।কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাৰ নেতৃত্বত দহজনীয়া এটা দল ভ্ৰমণৰ বাবে সাজু হৈছে বুলি এক বিবৃতিৰ যোগে জানিবলৈ দিছে ।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন