কলা শাখাৰ ১০টা স্থান লাভ কৰা সকল

0 295

আজি ঘোষিত হ’ল উচ্চতৰ মাধ্যমিকৰ ফলাফল কলা শাখাত দহটা স্থান লাভ কৰাসকল হ’ল:-

 
প্ৰথম স্থান –   সম্প্ৰীতি ৰাজখোৱা, ৰামানুজ জুনিয়ৰ কলেজ, নগাওঁ

দ্বিতীয় স্থান –  ত্ৰিদীপ বৰা, কনচেপ্ত জুনিয়ৰ কলেজ, নগাওঁ

তৃতীয় স্থান –  ভণিতা ৰয়, কৃষ্ঞ কান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা

চতুৰ্থ স্থান –   ঋতুপৰ্ণা কলিতা, কৃষ্ঞ কান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা

পঞ্চম স্থান –  অনিন্দিতা নাথ, প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ, যোৰহাট 

ষষ্ঠ স্থান –     হিয়াশ্ৰী চৌধুৰী, কৃষ্ঞ কান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা

সপ্তম স্থান –  ত্ৰিৰ্পণা বৰা, ৰামানুজ জুনিয়ৰ কলেজ, নগাওঁ

অষ্টম স্থান – অংকিতা ছেত্ৰী, ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁ

নৱম স্থান – মানস প্ৰতিম শইকীয়া, লোহিত ডিক্ৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়, লখিমপুৰ
                 অংকিতা হাজৰিকা, ডাফণে জুনিয়ৰ কলেজ, বিশ্বনাথ চাৰীয়ালি

দশম স্থান  – সঞ্চিতা শইকীয়া, গোলাঘাট জাতীয় মহাবিদ্যালয়
                  ৰাহুল দাস, টীয়ক ৰাজবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, যোৰহাট,
                  পম্পী বৰ্মন, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়, নলবাৰী

Leave A Reply

Your email address will not be published.