কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ ৩ নং আমত’লা গাঁৱৰ এজন সাধাৰণ যুৱকে আজি গাঁৱৰে জেষ্ঠ লোকসকলক ঘৰলৈ নিমন্ত্ৰণ কৰি এসাজ খুওৱাৰ লগতে সম্বৰ্ধনা কৰা কাৰ্য্যত যুৱকজনক বহু লোকে প্ৰশংসা কৰে । একশৰণ ভাগৱতী সমাজৰ অন্তৰ্গত তৰুণ বিদ্যাৰ্থী সমাজৰ জিলা সম্পাদক অচ্যুত দাস নামৰ যুৱকজনে বিশেষকৈ ৯০ বছৰ অতিক্ৰম কৰা গাঁৱৰ জেষ্ঠ ভকত ৰাধিৰাম দাস আৰু জেষ্ঠ মহিলা সম্বেৰী দাসৰ লগতে কেবাজনো ভকতক সম্বৰ্ধনা জনাই আশীৰ্বাদ লয় । আজি এই অনুষ্ঠানৰ পূৰ্বে ঘৰতে তেওঁ গুৰু আসন প্ৰতিষ্ঠা কৰে।
Trending
- খেল মহাৰণ ২.০ সন্দৰ্ভত কামৰূপ (ম) জিলা আয়ুক্তৰ নিৰ্দেশ
- লোকগীত সম্ৰাট ৰামেশ্বৰ পাঠক সোঁৱৰণী আন্তঃবিদ্যালয় লোকগীত প্ৰতিযোগিতা
- খানামুখত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিবিৰ
- পশ্চিম গুৱাহাটীৰ সাংবাদিক জোন ৰাভাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান
- বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়-সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ৰ উদ্যোগত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহৰ সামৰণি
- জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ সফল সামৰণি-অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত
- প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
- স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- শিল্পী দিৱসত কণ্ঠশিল্পী ৰঞ্জন বড়োক সম্বৰ্ধনা
- ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে আজি আৰ্য বিদ্যাপীঠ কলেজত পৰিবহণ বিভাগৰ বিশেষ সজাগতা অনুষ্ঠান