এটা বিশেষ সুৰে কথোপকথন কৰা এখন গাঁও।গাঁওখন চুবুৰীয়া ৰাজ্য মেঘালয়ত অৱস্থিত।গাঁওখনৰ নাম কংথং।শ্বিলঙৰ পৰা প্ৰায় ৫৬ কিলো মিটাৰ নিলগত অৱস্থিত গাঁওখনৰ গাঁওবাসীয়ে নাম ধৰি মতাৰ পৰিবৰ্ত্তে ইজনে সিজনক মাতিবলৈ এক সুৰ ব্যৱহাৰ কৰে।৫০০ বছৰীয়া পুৰণি পৰম্পৰা গাঁওখনত আজিও বিদ্যমান হৈ আছে।খাচী জনগোষ্ঠী বসতি প্ৰধান গাঁওখনলৈ সেয়েহে বছৰি বহু পৰ্যটকৰ সমাগম হয়।জানিব পৰা সন্তান গৰ্ভত থকা সময়তে মাতৃয়ে চৰাইৰ মাত শুনি সেই বিশেষ সুৰ নিৰ্ধাৰণ কৰে ।মাতৃপ্ৰধান সমাজ ব্যৱস্থাৰে পৰিচালিত ইয়াৰ অধিবাসী সকলে ৫ চেকেণ্ডৰ সুৰে ইজনে সিজনক দুৰৰ পৰা ৰিঙিয়াই মাতে।প্ৰচলিত মত অনুসৰি আজিৰ পৰা ৫০০ বছৰৰ আগেয়ে তেওঁলোকে চিকাৰলৈ যোৱা সময়ৰ পৰা বিশেষ সুৰ বিধৰ প্ৰচলন অাছে ।বৰ্তমান কংথং গাঁওবাসীয়ে মৌপালন আৰু তামোলৰ খেতিক জীৱিকাৰ মূল উপজীব্য হিচাপে বাছি লৈছে।কংথং গাঁওখনে পৰ্যটনৰ ক্ষেত্ৰতো প্ৰসাৰ লাভ কৰিছে।কংথং গাঁওখন স্বচ্ছতাৰ ক্ষেত্ৰতো বিশেষ ভাৱে আগবঢ়াৰ লগতে গাঁও খনৰ সমীপৱৰ্তী পাহাৰত ট্ৰেকিঙৰো সুবিধা আছে । কংথং গাঁৱৰ ৫০০ বছৰীয়া পৰম্পৰাৰ বাবে আজি সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰিছে ।
Trending
- শক্তি পীঠ কামাখ্যা মন্দিৰত হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ পূজা – অৰ্চনা – দুপৰীয়া খানামুখত বিজেপি নেতা ফণীন্দ্ৰ নাথ শৰ্মাৰ ঘৰত আহাৰ গ্ৰহণ , মুখ্যমন্ত্ৰী আৰু ফণীন্দ্ৰ নাথ শৰ্মাৰ সাংগঠনিক দক্ষতাক ভূয়সী প্ৰশংসা
- ৰাজ্যজুৰি অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
- ৰাণীৰ বিক্ৰমপুৰত শঙ্কৰদেৱৰ জন্ম জয়ন্তী উৎসৱ পালন
- ২৭ সংখ্যক সৰ্বভাৰতীয় বন ক্ৰীড়া সমাৰোহলৈ অসমৰ ৭১ জনীয়া দল
- ৫৭৬ তম গুৰু জন্ম জয়ন্তী উৎসৱত হৰি নামৰে মুখৰিত বটদ্ৰৱা আকাশ বতাহ
- নুন মাটি অঞ্চলৰ আর্থিকভাৱে পিছপৰা ৫০জন অনাথ শিক্ষাৰ্থীৰ মাজত শিক্ষণ সামগ্ৰী আৰু খাদ্য সামগ্ৰী প্ৰদান
- বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক হিচাপে সঞ্জয় গৌৰৰ দায়িত্বভাৰ গ্ৰহণ
- প্ৰথমবাৰৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সম্পূৰ্ণ ৱেবভিত্তিক আৰু কাগজবিহীন পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীলৈ দুটাকৈ ৰাষ্ট্ৰীয় সন্মান
- বন্যপ্ৰাণী সপ্তাহ উপলক্ষে আয়োজিত ৰাজ্যিক পৰ্য্যায়ৰ অনুষ্ঠানত মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীৰ অংশগ্রহণ