জাতীয় বীৰ পুৰুষ লাচিত বৰফুকনৰ আধাৰত চলচ্চিত্ৰ নিৰ্মাণ কৰিব বিবেক অৱেৰয়ে

0 559

অসমৰ ইতিহাসৰ অন্যতম বীৰ পুৰুষ সেনাপতি লাচিত বৰফুকনৰ আধাৰত চলচ্চিত্ৰ নিৰ্মাণ কৰিব বলীউডৰ অভিনেতা বিবেক অৱেৰয়ে।জাতীয় বীৰ পুৰুষ গৰাকীক সুঁৱৰি অভিনেতা গৰাকীয়ে কয় যে এই জাতীয় বীৰ পুৰুষ গৰাকীক সমগ্ৰ বিশ্বতে চলচ্চিত্ৰ জৰিয়তে চিনাকি কৰাই দিব।
মোগলৰ দৰে বিশাল সৈন্য বাহিনীক নৰিয়া গাৰেই যুদ্ধ কৰি পৰাজিত কৰিবলৈ সক্ষম হোৱাৰ দিশসমূহ আজিও বিশ্বত চৰ্চা নোহোৱাত দুখ প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে। উল্লেখযোগ্য যে অভিনেতা গৰাকীয়ে জনোৱা মতে ছবি খনত ৭০ শতাংশ অসমীয়া কলা-কুশলী নিয়োজিত কৰিব।

Leave A Reply

Your email address will not be published.